অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

১৬ সংখ্যক অসম বিধানসভা

অসমৰ ১৬ সংখ্যক বিধানসভা হৈছে অসমৰ ১৫ সংখ্যক বিধানসভাৰ উত্তৰাধিকাৰী। ২০২৬ চনের ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA)-ৰ বিজয়ৰ পিছত এই বিধানসভা গঠন কৰা হয়।

হালনাগাদ: ১৮ জুলাই ২০২৬ ৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

অসমৰ ১৬ সংখ্যক বিধানসভা হৈছে অসমৰ ১৫ সংখ্যক বিধানসভাৰ উত্তৰাধিকাৰী। ২০২৬ চনের ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA)-ৰ বিজয়ৰ পিছত এই বিধানসভা গঠন কৰা হয়।

বিষয়ববীয়া তথা পদাধিকাৰীসকল

ক্ৰমিক নংপদবীপ্ৰতিকৃতিনামদলসমষ্টিকাৰ্যভাৰ গ্ৰহণৰ তাৰিখপ্ৰসংগ
1অধ্যক্ষRanjeet Kumar Dass official portrait.jpgৰঞ্জিত কুমাৰ দাসভৱনীপুৰ–সৰভোগ২১ মে' ২০২৬
2উপাধ্যক্ষহাব্বে তৰণআমৰি১২ মে' ২০২৬
3সদনৰ নেতা (মুখ্যমন্ত্ৰী)Himanta Biswa Sarma in 2026.jpgহিমন্ত বিশ্ব শৰ্মাজালুকবাৰী১২ মে' ২০২৬
4বিৰোধী দলপতিWazed Ali Choudhury.jpgৱাজেদ আলী চৌধুৰীবিৰসিং জৰুৱা২৭ মে' ২০২৬
5উপ-বিৰোধী দলপতিজয় প্ৰকাশ দাসনাওবৈচা২৬ মে' ২০২৬

বৰ্তমানৰ বিধায়কসকলৰ তালিকা

+উৎস:১২জিলানংসমষ্টিনামদলমিত্ৰজোঁটমন্তব্য
কোকৰাঝাৰ1গোসাইগাঁওসভাৰাম বসুমতাৰী
2দোতমা (জনজাতি)ৰবিৰাম নাৰ্জাৰী
3কোকৰাঝাৰ (জনজাতি)শিউলী মহিলাৰী
4বাওখুংৰিৰূপম চন্দ্ৰ ৰয়
5পৰ্বতঝোৰামহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ
ধুবুৰী6গোলকগঞ্জঅশ্বিনী ৰায় সৰকাৰ
7গৌৰীপুৰআব্দুছ ছোবাহান আলী সৰকাৰ
8ধুবুৰীবেবী বেগম
9বিৰসিং জৰুৱাৱাজেদ আলী চৌধুৰী
10বিলাসীপাৰাজিৱেশ ৰায়
দক্ষিণ শালমাৰা-মানকাচৰ11মানকাচৰমহিবুৰ ৰহমান
গোৱালপাৰা12জলেশ্বৰআফতাব উদ্দিন মোল্লা
13গোৱালপাৰা পশ্চিম (জনজাতি)পবিত্ৰ ৰাভা
14গোৱালপাৰা পূবআবুল কালাম ৰছিদ আলম
15দুধনৈ (জনজাতি)টংকেশ্বৰ ৰাভা
বঙাইগাঁও16অভয়াপুৰীভূপেন ৰয়
17সৃজনগ্ৰামমহম্মদ নুৰুল ইছলাম
18বঙাইগাঁওদীপ্তিময়ী চৌধুৰী
চিৰাং19চিদলী–চিৰাং (জনজাতি)পানীৰাম ব্ৰহ্ম
20বিজনীঅৰূপ কুমাৰ দে
বজালী21ভৱানীপুৰ–সৰভোগৰঞ্জিত কুমাৰ দাস
বৰপেটা22মন্দিয়াশ্বেৰমান আলী আহমেদ
23চেঙাআব্দুৰ ৰহিম আহমেদ
24বৰপেটা (অনুসূচিত জাতি)দীপক কুমাৰ দাস
25পকাবেতবাৰীজাবেৰ হুছেইন সিকদাৰ
বজালী26বজালীধৰ্মেশ্বৰ ৰায়
কামৰূপ27ছমৰীয়াৰেকিবুদ্দিন আহমেদ
28বকো–ছয়গাঁও (জনজাতি)ৰাজু মেচ
29পলাশবাৰীহিমাংশু শেখৰ বৈশ্য
30হাজো–শুৱালকুছি (অনুসূচিত জাতি)প্ৰকাশ চন্দ্ৰ দাস
31ৰঙিয়াভৱেশ কলিতা
32কমলপুৰদিগন্ত কলিতা
কামৰূপ মহানগৰ33দিছপুৰপ্ৰদ্যুৎ বৰদলৈ
34ডিমৰীয়া (অনুসূচিত জাতি)তপন দাস
35নিউ গুৱাহাটীডিপ্লু ৰঞ্জন শৰ্মা
36গুৱাহাটী চেণ্ট্ৰেলবিজয় কুমাৰ গুপ্তা
37জালুকবাৰীহিমন্ত বিশ্ব শৰ্মামুখ্যমন্ত্ৰী
নলবাৰী38বৰক্ষেত্ৰীনাৰায়ণ ডেকা
39নলবাৰীজয়ন্ত মল্ল বৰুৱa
40টিহুচন্দ্ৰ মোহন পাটোৱাৰী
বাক্সা41মানাহথানেেশ্বৰ বসুমতাৰী
42বাক্সা (জনজাতি)মনেশ্বৰ ব্ৰহ্ম
তামুলপুৰ43তামুলপুৰ (জনজাতি)বিশ্বজিৎ দৈমাৰী
44গোৰেশ্বৰভিক্টৰ কুমাৰ দাস
ওদালগুৰি45ভেৰগাঁওমহেশ্বৰ বৰো
46ওদালগুৰি (জনজাতি)ৰিহন দৈমাৰী
47মাজবাটচৰণ বৰো
48টংলাবীকন চন্দ্ৰ ডেকা
দৰং49ছিপাঝাৰপৰমানন্দ ৰাজবংশী
50মঙলদৈনীলিমা দেৱী
51দলগাঁওমজিবুৰ ৰহমান
মৰিগাঁও52জাগীৰোড (অনুসূচিত জাতি)পীয়ূষ হাজৰীকা
53লাহৰিঘাটআচিফ মহম্মদ নজৰ
54মৰিগাঁওৰামাকান্ত দেউৰী
নগাঁও55ধিংমেহবুব মুখ্তাৰ
56ৰূপহীহাটনুৰুল হুদা
57কলিয়াবৰकेशৱ মহন্ত
58চামগুৰিতাঞ্জিল হুছেইন
59বঢ়মপুৰজিতু গোস্বামী
60নগাঁও–বটদ্ৰৱাৰূপক শৰ্মা
61ৰহা (অনুসূচিত জাতি)শশীকান্ত দাস
হোজাই62বিন্নাকান্দিমহম্মদ বদৰুদ্দিন আজমল
63হোজাইশিলাদিত্য দেৱ
64লামডিংশিবু মিশ্ৰ
শোণিতপুৰ65ঢেকিয়াজুলিঅশোক সিংঘল
66বৰচলাঋতু বৰণ শৰ্মা
67তেজপুৰপ্ৰীথীৰাজ ৰাভা
68ৰঙাপাৰাকৃষ্ণ কমল তাঁতী
69নদুৱাৰপদ্ম হাজৰীকা
বিশ্বনাথ70বিশ্বনাথপল্লৱ লোচন দাস
71বিহালী (অনুসূচিত জাতি)মুনীন্দ্ৰ দাস
72গহপুৰউৎপল বৰা
লক্ষীমপুৰ73বিহপুৰীয়াভূপেন কুমাৰ বৰা
74ৰঙানদীঋষিৰাজ হাজৰীকা
75নাওবৈচা (অনুসূচিত জাতি)জয় প্ৰকাশ দাস
76লখিমপুৰমানৱ ডেকা
77ঢকুৱাখনা (জনজাতি)নৱ কুমাৰ দলে
ধেমাজি78ধেমাজি (জনজাতি)ৰণোজ পেগু
79চিচিবৰগাঁওজীৱন গগৈ
80জোনাই (জনজাতি)ভূৱন পেগু
তিনিচুকীয়া81শদিয়াবলিন চেতিয়া
82ডুমডুমাৰূপেশ গোৱালা
83মাৰ্ঘেৰিটাভাস্কৰ শৰ্মা
84ডিগবৈসুৰেন ফুকন
85মাকুমসঞ্জয় কিষাণ
86তিনিচুকীয়াপুলক গোহাঁই
ডিব্ৰুগড়87চাবুৱা–লাহোৱালবিনোদ হাজৰীকা
88ডিব্ৰুগড়প্ৰশান্ত ফুকন
89খোৱাংচক্ৰধৰ গগৈ
90দুলিয়াজানৰামেশ্বৰ তেলী
91টিংখংবিমল বৰা
92নাহৰকটীয়াতৰংগ গগৈ
চৰাইদেউ93সোণাৰিধৰ্মেশ্বৰ কোঁৱৰ
94মাহমৰাসুৰুজ দিহিঙীয়া
শিৱসাগৰ95ডিমৌসুশান্ত বুঢ়াগোহাঁই
96শিৱসাগৰঅখিল গগৈ
97নাজিৰাময়ূৰ বুঢ়াগোহাঁই
মাজুলী98মাজুলী (জনজাতি)ভুবন গাম
যোৰহাট99টীয়কবিকাশ শইকীয়া
100যোৰহাটহিতেন্দ্ৰ নাথ গোস্বামী
101মৰিয়নিৰূপজ্যোতি কুৰ্মী
102তিতাবৰধীৰাজ গোৱালা
গোলাঘাট103গোলাঘাটঅজন্তা নেওগ
104দেৰগাঁওমৃদুল কুমাৰ দত্ত
105বোকাখাতঅতুল বৰা
106খুমটাইمৃণাল শইকীয়া
107সৰুপথাৰবিশ্বজিৎ ফুকন
কাৰ্বি আংলং108বোকাজান (জনজাতি)সূৰ্য ৰংফাৰ
109হাউৰাঘাট (জনজাতি)লুনচিং টেৰণ
110ডিফু (জনজাতি)নিচো টেৰাংপীয়নী
পশ্চিম কাৰ্বি আংলং111ৰংখাং (জনজাতি)তুলিৰাম ৰংহাং
112আমৰি (জনজাতি)হাব্বে টেৰণ
ডিমা হাচাও113হাফলং (জনজাতি)ৰূপালী লাংথচা
কাছাৰ114লক্ষীপুৰকৌশিক ৰায়
115উধাৰবন্দৰাজদ্বীপ গোৱালা
116কাটিগড়াকমলাক্ষ দে পুৰকায়স্থ
117বৰখলাকিশোৰ নাথ
118শিলচৰড° ৰাজদ্বীপ ৰয়
119সোণাইআমিনুল হক লস্কৰ
120ধলাই (অনুসূচিত জাতি)অমিয় কান্তি দাস
হাইলাকান্দি121হাইলাকান্দিড° মিলন দাস
122আলগাপুৰ–কাটলিচেৰাজুবেৰ আনাম মজুমদাৰ
শ্ৰীভূমি123উত্তৰ কৰিমগঞ্জজাকাৰিয়া আহমেদ
124দক্ষিণ কৰিমগঞ্জআমিনুৰ ৰছিদ চৌধুৰী
125পাথাৰকান্দিকৃষ্ণেন্দু পাল
126ৰামকৃষ্ণ নগৰ (অনুসূচিত জাতি)বিজয় মালাকাৰ

তথ্যসূত্ৰ

  1. ↑ (2026-05-04). Assam Assembly Election 2026: Full list of winners. The Hindu
  2. ↑ (2026-05-04). Assam Assembly Election Results 2026 Winners: BJP wins 82 seats, Congress 19 – Check Constituency-Wise, Party-Wise Full List. The Indian Express

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ সংখ্যক অসম বিধানসভা” প্ৰবন্ধৰ সংশোধন ৬১৮১৪৮ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।