অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মানাহ বিধানসভা সমষ্টি

মানাহ বিধানসভা সমষ্টি (ইংৰাজী: Manas Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত বাক্সা জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মানাহ বিধানসভা সমষ্টি (ইংৰাজী: Manas Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত বাক্সা জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।১

এই সমষ্টিটো বাক্সা জিলাৰ অন্তৰ্গত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

বৰ্ষবিধায়কৰাজনৈতিক দল
২০২৬থানেশ্বৰ বসুমতাৰীবডৌলেণ্ড পিপলছ ফ্ৰণ্ট

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত মানাহ সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে বিজয় সাব্যস্ত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আধিকাৰিক ফলাফল অনুসৰি নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (25 January 2026). Assam Assembly Election 2026: An Overview of Manas Assembly Constituency. ETV Bharat Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানাহ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯০ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।