অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

শিলচৰ বিধানসভা সমষ্টি

শিলচৰ বিধানসভা সমষ্টি (ইংৰাজী: Silchar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শিলচৰ বিধানসভা সমষ্টি (ইংৰাজী: Silchar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১১৮ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
শিলচৰ সমষ্টি হিচাপে
১৯৫২মেহৰাব আলী লস্কৰস্বতন্ত্ৰ প্ৰাৰ্থী
শিলচৰ পশ্চিম সমষ্টি হিচাপে
১৯৫৭জ্যোৎস্না চন্দাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২নন্দ কিশোৰ সিংহস্বতন্ত্ৰ প্ৰাৰ্থী
শিলচৰ সমষ্টি হিচাপে
১৯৬৭সতীন্দ্ৰ মোহন দেৱভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২মহীতোষ পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮নূৰুল হুদাভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
১৯৮৩জগদীশ চন্দ্ৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫কৰ্ণেন্দু ভট্টাচাৰ্যভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১সমৰেন্দ্ৰ নাথ সেনভাৰতীয় জনতা পাৰ্টী
১৯৯৬বিমলাংশু ৰয়ভাৰতীয় জনতা পাৰ্টী
২০০১
২০০৬বীথিকা দেৱভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১সুষ্মিতা দেৱভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৪ (উপ-নিৰ্বাচন)দিলীপ কুমাৰ পালভাৰতীয় জনতা পাৰ্টী
২০১৬
২০২১দীপায়ন চক্ৰৱৰ্তীভাৰতীয় জনতা পাৰ্টী
২০২৬ড° ৰাজদীপ ৰয়ভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ড° ৰাজদীপ ৰয়ে বিজয় সাব্যস্ত কৰি শিলচৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকাছাৰ জিলাৰ ভূগোলঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলচৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩০৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।