অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ডিমৰীয়া বিধানসভা সমষ্টি

ডিমৰীয়া বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত ২০২৩ চনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটোৰ ক্ৰমিক নম্বৰ হৈছে ৩৪। ডিমৰীয়া বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ (SC) বাবে সংৰক্ষিত।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডিমৰীয়া বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত ২০২৩ চনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটোৰ ক্ৰমিক নম্বৰ হৈছে ৩৪। ডিমৰীয়া বিধানসভা সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ (SC) বাবে সংৰক্ষিত।

ভৌগোলিক অৱস্থিতি আৰু প্ৰশাসন

এই বিধানসভা সমষ্টিটো কামৰূপ মহানগৰ জিলাত অৱস্থিত। ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

বিধানসভাৰ সদস্যসকল

২০২৩ চনত সমষ্টি গঠন হোৱাৰ পিছত ২০২৬ চনত প্ৰথমবাৰৰ বাবে ইয়াত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

নিৰ্বাচনসদস্যদলমিত্ৰজোঁট
২০২৬তপন দাসঅসম গণ পৰিষদৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট

নিৰ্বাচনৰ ফলাফল

লগতে দেখক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমৰীয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫৩ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।