অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ঢকুৱাখনা বিধানসভা সমষ্টি

ঢকুৱাখনা বিধানসভা সমষ্টি (ইংৰাজী: Dhakuakhana Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ঢকুৱাখনা বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Dhakuakhana Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

ElectionMemberParty affiliation
১৯৬৭যাদব পেগুস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৭২লক্ষ্যনাথ দলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮লক্ষ্যনাথ দলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ভরত চন্দ্ৰ নৰহঅসম গণ পৰিষদ
১৯৯১ভরত চন্দ্ৰ নৰহঅসম গণ পৰিষদ
১৯৯৬ভরত চন্দ্ৰ নৰহঅসম গণ পৰিষদ
২০০১ভরত চন্দ্ৰ নৰহঅসম গণ পৰিষদ
২০০৬ভরত চন্দ্ৰ নৰহঅসম গণ পৰিষদ
২০১১নৱ কুমাৰ দলেঅসম গণ পৰিষদ
২০১৬নৱ কুমাৰ দলেভাৰতীয় জনতা পাৰ্টী
২০২১
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী নৱ কুমাৰ ডেলিয়ে বিজয় সাব্যস্ত কৰি ঢকুৱাখনা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ঢকুৱাখনা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢকুৱাখনা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩০৮০২ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।