পাকাবেতবাৰী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গঠন কৰা হৈছিল। ই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।
ভৌগোলিক অৱস্থিতি
পাকাবেতবাৰী সমষ্টিটো অসমৰ বৰপেটা জিলাত অৱস্থিত। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ সৃষ্টি কৰা হৈছে।
বিধানসভাৰ সদস্যসকল
| বৰ্ষ | বিধায়ক | দল | মিত্ৰজোঁট |
|---|---|---|---|
| ২০২৬ | জাকিৰ হুছেইন সিকদাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | অসম সন্মিলিত মৰ্চা |
নিৰ্বাচনৰ ফলাফল
২০২৬ চনৰ সাধাৰণ নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকাবেতবাৰী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।