অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মাৰ্ঘেৰিটা বিধানসভা সমষ্টি

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিজয় সাব্যস্ত কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়।

হালনাগাদ: ১১ জুলাই ২০২৬ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৭৮হৰেশ্বৰ গোস্বামীজনতা পাৰ্টি
১৯৮৩কাউঞ্চিল তেলীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫কুলবাহাদুৰ চেত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১প্ৰদ্যুত বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
২০০১
২০০৬
২০১১প্ৰদ্যুত বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ভাস্কৰ শৰ্মাভাৰতীয় জনতা পাৰ্টী
২০২১
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিজয় সাব্যস্ত কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিতিনিচুকীয়া জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ঘেৰিটা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৬৬২৯ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।