বৰক্ষেত্ৰী বিধানসভা সমষ্টি (ইংৰাজী: Barkhetri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৭৮ | শেখ চান্দ মহম্মদ | জনতা পাৰ্টী |
| ১৯৮৩ | শেখ চান্দ মহম্মদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | পুলকেশ বৰুৱা | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৯১ | ভূমিধৰ বৰ্মন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৬ | পুলকেশ বৰুৱা | অসম গণ পৰিষদ |
| ২০০১ | ভূমিধৰ বৰ্মন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | ভূমিধৰ বৰ্মন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১১ | ৰেকিবুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১৬ | নাৰায়ণ ডেকা | ভাৰতীয় জনতা পাৰ্টী |
| ২০২১ | দিগন্ত বৰ্মন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০২৬ | নাৰায়ণ ডেকা | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। ভাৰতৰ নিৰ্বাচন আয়োগৰ আধিকাৰিক ফলাফল অনুসৰি নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰক্ষেত্ৰী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২২৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।