কলিয়াবৰ বিধানসভা সমষ্টি (ইংৰাজী: Kaliabor Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো নগাঁও জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫১ | লীলাকান্ত বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | লীলাকান্ত বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | লীলাকান্ত বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | অতুল চন্দ্ৰ গোস্বামী | সংযুক্ত চোচিয়েলিষ্ট পাৰ্টী | |
| ১৯৭২ | গোলাপ বৰুৱা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭৮ | অতুল চন্দ্ৰ গোস্বামী | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | বালুৰাম নাগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | প্ৰফুল্ল কুমাৰ মহন্ত | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৬ (উপ-নিৰ্বাচন) | গুণীন হাজৰীকা | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | বালুৰাম নাগ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | গুণীন হাজৰীকা | অসম গণ পৰিষদ | |
| ২০০১ | গুণীন হাজৰীকা | অসম গণ পৰিষদ | |
| ২০০৬ | কেশৱ মহন্ত | অসম গণ পৰিষদ | |
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ | |||
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ (AGP) দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত দিয়া ধৰণৰ:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিয়াবৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৭৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।