অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জালুকবাৰী বিধানসভা সমষ্টি

জালুকবাৰী বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যিক বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ৫১ নং অসম বিধানসভা সমষ্টি। জালুকবাৰী সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত।

হালনাগাদ: ২৮ আগষ্ট ২০২৬ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জালুকবাৰী বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যিক বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ৫১ নং অসম বিধানসভা সমষ্টি। জালুকবাৰী সমষ্টিটো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত।১

হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা একেৰাহে পাঁচটা কাৰ্যকালৰ বাবে জালুকবাৰী সমষ্টিত জয়লাভ কৰিছে।তিনিবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছপৰা আৰু দুবাৰ ভাৰতীয় জনতা পাৰ্টীপৰা। ২

নিৰ্বাচনৰ ফলাফল

লগতে চাওক

অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Election Commission of India
  2. ↑ Himanta Biswa Sarma: BJP’s Prashant Kishor for AssamS

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালুকবাৰী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩০৯৭ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।