অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৌশিক ৰায়

কৌশিক ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষ্মীপুৰ বিধানসভা সমষ্টি পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু নিৰ্বাচিত হয়।

হালনাগাদ: ২৭ জুলাই ২০২৫ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কৌশিক ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষ্মীপুৰ বিধানসভা সমষ্টি পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু নিৰ্বাচিত হয়।১২৩

শিক্ষা

শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু অসম বিশ্ববিদ্যালয়ৰ পৰা আইন শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।৪

তথ্যসূত্ৰ

  1. ↑ Lakhipur, Assam Assembly election result 2021. India Today
  2. ↑ Kaushik Rai Election Results 2021: News, Votes, Results of Assam Assembly. NDTV.com. NDTV
  3. ↑ Tribune, The Assam. (2021-03-09). BJP confident of winning Lakhipur Assembly seat: Kaushik Rai. assamtribune.com. Assam tribune
  4. ↑ Kaushik Rai(Bharatiya Janata Party(BJP)):Constituency- LAKHIPUR(SILCHAR) - Affidavit Information of Candidate. myneta.info. MyNeta info

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌশিক ৰায়” প্ৰবন্ধৰ সংশোধন ৫২৮০৯৩ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।