ডিফু বিধানসভা সমষ্টি (ইংৰাজী: Diphu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই স্বায়ত্ত্বশাসিত জিলা লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | গান্ধী ৰাম তিমুং | জনতা পাৰ্টি | |
| ১৯৮৩ | কাইজাছং | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৫ | ছামচিং হানছে | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | দীপেন্দ্ৰ ৰংপি | স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি | |
| ১৯৯৬ | হেমচিং তিছ’ | স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি | |
| ২০০১ | বিদ্যাছিং ইংলেং | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | ছুম ৰংহাং | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | বিদ্যাছিং ইংলেং | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ | নিচো টেৰাংপী | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী নিচো টেৰাংপীয়ে বিজয় সাব্যস্ত কৰি ডিফু সমষ্টিৰ বিধায়িকা হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিফু সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিফু বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।