অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নাজিৰা বিধানসভা সমষ্টি

নাজিৰা বিধানসভা সমষ্টি (ইংৰাজী: Nazira Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শিৱসাগৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নাজিৰা বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Nazira Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শিৱসাগৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো শিৱসাগৰ জিলাৰ অন্তৰ্গত আৰু ই যোৰহাট লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৫১অানন্দ চন্দ্ৰ বেজবৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭টংকেশ্বৰ চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২হিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭প্ৰমোদ গগৈভাৰতীয় কমিউনিষ্ট পাৰ্টী
১৯৭২হিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰهছ
১৯৭৮
১৯৮৩
১৯৮৫তনু কোঁৱৰঅসম গণ পৰিষদ
১৯৯১হিতেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ (উপ-নিৰ্বাচন)হেমপ্ৰভা শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১হেমপ্ৰভা শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬দেৱব্ৰত শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১
২০১৬
২০২১মায়ূৰ বৰগোহাঁইভাৰতীয় জনতা পাৰ্টী
২০২৬মায়ূৰ বৰগোহাঁইভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মায়ূৰ বৰগোহাঁইয়ে বিজয় সাব্যস্ত কৰি নাজিৰা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজিৰা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।