খুমটাই বিধানসভা সমষ্টি (ইংৰাজী: Khumtai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৬ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | নগেন বৰুৱা | জনতা পাৰ্টি | |
| ১৯৮৩ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | প্ৰৱীন কুমাৰ গগৈ | অসম গণ পৰিষদ | |
| ১৯৯১ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | প্ৰৱীন কুমাৰ গগৈ | অসম গণ পৰিষদ | |
| ২০০১ | জীৱকান্ত গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | প্ৰৱীন কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | বিবেকানন্দ দলে | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১৬ | মৃণাল শইকীয়া | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মৃণাল শইকীয়াই বিজয় সাব্যস্ত কৰি খুমটাই সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুমটাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৭১৬৩ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।