অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

শদিয়া বিধানসভা সমষ্টি

শদিয়া বিধানসভা সমষ্টি (ইংৰাজী: Sadiya Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও তিনচুকীয়া জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শদিয়া বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Sadiya Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও তিনচুকীয়া জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো তিনিচুকীয়া জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৭৮দেৱেন্দ্ৰ নাথ বৰুৱাভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
১৯৮৩লখেশ্বৰ সোণোৱালভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫জ্যোতিশ চেতিয়াঅসম গণ পৰিষদ
১৯৯১দেৱেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬দেৱেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১জগদীশ ভূঞাভাৰতীয় জনতা পাৰ্টী
২০০৬বোলিন চেতিয়াভাৰতীয় জনতা পাৰ্টী
২০১১বোলিন চেতিয়াভাৰতীয় জনতা পাৰ্টী
২০১৬বোলিন চেতিয়াভাৰতীয় জনতা পাৰ্টী
২০২১বোলিন চেতিয়াভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী বোলিন চেতিয়াই বিজয় সাব্যস্ত কৰি শদিয়া সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শদিয়া সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শদিয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩০৩ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।