অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মী (জন্ম 24 জুলাই 1977) হৈছে ভাৰতীয় জনতা পাৰ্টি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেও প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰূপজ্যোতি কুৰ্মী (জন্ম 24 জুলাই 1977)১ হৈছে ভাৰতীয় জনতা পাৰ্টী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেও প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল।২৩৪৫ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী ৰমনী তাঁতীক ২৪৪৬ টা ভোটত পৰাস্ত কৰিছিল। কিন্তু৬ পিছত দলত পদোন্নতি তথা অন্যান্য মতানৈক্যৰ বাবে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছ পৰা বহিষ্কাৰ কৰা হৈছিল।৭ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিছিল।১ কুৰ্মী প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰূপম কুৰ্মী পুত্ৰ।

তথ্যসূত্ৰ

  1. ↑ (2021-06-29). Who's Who
  2. ↑ Assam Congress MLA Rupjyoti Kurmi resigns, says Rahul Gandhi unable to shoulder leadership. India Today
  3. ↑ Four-time Assam Congress MLA Rupjyoti Kurmi resigns, to join BJP. Indian Express
  4. ↑ Assam Cong MLA Rupjyoti Kurmi's Exit Is a Bigger Loss Than Prasada. The Quint
  5. ↑ Rupjyoti Kurmi (Criminal & Asset Declaration). MyNeta.com
  6. ↑ Big Breaking: APCC expels Mariani MLA Rupjyoti Kurmi from Congress membership
  7. ↑ Former Congress MLA Rupjyoti Kurmi joins BJP. India Today

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপজ্যোতি কুৰ্মী” প্ৰবন্ধৰ সংশোধন ৫২৮৫৩৫ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।