অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

টংলা বিধানসভা সমষ্টি

টংলা বিধানসভা সমষ্টি (ইংৰাজী: Tangla Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত উদালগুৰি জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

টংলা বিধানসভা সমষ্টি (ইংৰাজী: Tangla Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত উদালগুৰি জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।১

এই সমষ্টিটো ওদালগুৰি জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

বৰ্ষবিধায়কৰাজনৈতিক দল
২০২৬বিকাশ চন্দ্ৰ ডেকাভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত টংলা সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী বিকাশ চন্দ্ৰ ডেকাই বিজয় সাব্যস্ত কৰে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টংলা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১৩ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।