অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সোনাই বিধানসভা সমষ্টি

সোনাই বিধানসভা সমষ্টি (ইংৰাজী: Sonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সোনাই বিধানসভা সমষ্টি (ইংৰাজী: Sonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১১৯ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৫১নূৰুল ইছলামস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৫৭নন্দ কিশোৰ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
১৯৬৭এম. এম. চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২নুৰুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮আছাফ আলী মাজীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৩নুৰুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫আব্দুল ৰব লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১প্ৰণৱ কুমাৰ নাথভাৰতীয় জনতা পাৰ্টী
১৯৯৬অনোৱাৰ হুছেইন লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১
২০০৬কুটুব আহমেদ মজুমদাৰভাৰতীয় জনতা পাৰ্টী
২০১১অনোৱাৰ হুছেইন লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬অমিনুল হক লস্কৰভাৰতীয় জনতা পাৰ্টী
২০২১কৰিম উদ্দিন বৰভূঞাসৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (AIUDF) দলৰ প্ৰাৰ্থী কৰিম উদ্দিন বৰভূঞাই বিজয় সাব্যস্ত কৰি সোনাই সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত সোনাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকাছাৰ জিলাৰ ভূগোলঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১০ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।