অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বিৰসিং জৰুৱা বিধানসভা সমষ্টি

বিৰসিং জৰুৱা বিধানসভা সমষ্টি উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ ১২৬ বিধানসভা আসনৰ এখন সমষ্টি। বিৰসিং জৰুৱা ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ই ২০২৩ চনৰ আগত ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অংশ আছিল।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

বিৰসিং জৰুৱা বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ বিধানসভা আসনৰ এখন সমষ্টি। বিৰসিং জৰুৱা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। ই ২০২৩ চনৰ আগত ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অংশ আছিল।১

বিস্তাৰ

২০২৩ চনৰ পিছত

ইয়াৰ বিস্তৃত এলেকাসমূহ দক্ষিণ শালামা আৰু নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ড আৰু বিলাসীপাৰা, বিৰসিং জৰুৱা আৰু চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অংশ।

বিধানসভাৰ সদস্যসকল

চননিৰ্বাচনসদস্যদলসমূহপৰালৈসময়
২০২৬প্ৰথম বিধানসভাৱাজেদ আলী চৌধুৰী০৪ মে' ২০২৬বৰ্তমান

উৎস: ২

নিৰ্বাচন ফলাফল

উৎস:৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.eci.gov.in/Documents/Delimitation/DELIMITATI link | date=April 2026 | fix-attempted=yes}}
  2. ↑ General Election to Assembly Constituencies: Trends & Results May-2026. ECINET
  3. ↑ Mankachar Assembly constituency Election Result - Legislative Assembly constituency. resultuniversity.com

সম্পৰ্কিত শ্ৰেণী

অসমঅসমৰ বিধানসভা সমষ্টিধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰসিং জৰুৱা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৫৭২৮ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।