অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কাটিগড়া বিধানসভা সমষ্টি

কাটিগড়া বিধানসভা সমষ্টি (ইংৰাজী: Katigorah Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কাটিগড়া বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Katigorah Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১১৬ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৭৮আব্দুল কিয়ুম চৌধুৰীজনতা পাৰ্টী
১৯৮৩নেপাল চন্দ্ৰ দাসইণ্ডিয়ান কংগ্ৰেছ (চচিয়েলিষ্ট)
১৯৮৫আব্দুল কিয়ুম চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১কালী কুমাৰ চৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬কালী কুমাৰ চৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১
২০০৬আতাউৰ ৰহমান মাজাৰভূঞাসৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২০১১আতাউৰ ৰহমান মাজাৰভূঞাসৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
২০১৬অমৰ চান্দ জৈনভাৰতীয় জনতা পাৰ্টী
২০২১খলিল উদ্দিন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলৰ প্ৰাৰ্থী খলিল উদ্দিন মজুমদাৰে বিজয় সাব্যস্ত কৰি কাটিগড়া সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত কাটিগড়া সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকাছাৰ জিলাৰ ভূগোলঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটিগড়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৮০ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।