অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিলাদিত্য দেৱ

শিলাদিত্য দেৱ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক দলৰ সদস্য। তেওঁ ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শিলাদিত্য দেৱ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক দলৰ সদস্য। তেওঁ ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।১২৩

বিতৰ্ক

৩ এপ্ৰিল তাৰিখে দেৱে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়কসকলৰ সহায়ত হোজাই পৌৰ ব’ৰ্ড গঠন কৰি দলটোক অৱজ্ঞা কৰাৰ বাবে অসম বিজেপি দলে কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ Nectar of Independence for all, poison for Bengalis? – Atin Das
  2. ↑ My Neta
  3. ↑ BJP gearing up for Assam polls with development agenda, CM candidate and vision document
  4. ↑ (3 April 2017). Show-cause: Assam BJP MLA served show-cause | Guwahati News - Times of India. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলাদিত্য দেৱ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৬১ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।