অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

লক্ষীপুৰ বিধানসভা সমষ্টি

লক্ষীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Lakhipur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

লক্ষীপুৰ বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Lakhipur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১১৪ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৫২ৰঘু নন্দন ধুবিভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫২ৰাম প্ৰসাদ চৌবেভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ৰাম প্ৰসাদ চৌবেভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ৰাম প্ৰসাদ চৌবেভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭মেৰা চৌবা সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮কাজী কুতুবুদ্দিন আহমেদস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৩দিনেশ প্ৰসাদ গোৱালাস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫দিনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১
১৯৯৬
২০০১
২০০৬
২০১১দিনেশ প্ৰসাদ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৪ (উপ-নিৰ্বাচন)ৰাজদীপ গোৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬
২০২১কৌশিক ৰয়ভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী কৌশিক ৰয়ে বিজয় সাব্যস্ত কৰি লক্ষীপুৰ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষীপুৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকাছাৰ জিলাৰ ভূগোলঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষীপুৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৮৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।