অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

হোজাই বিধানসভা সমষ্টি

হোজাই বিধানসভা সমষ্টি (ইংৰাজী: Hojai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হোজাই বিধানসভা সমষ্টি (ইংৰাজী: Hojai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো হোজাই জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই নগাওঁ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদল
১৯৬৭আৰ. আহমেদস্বতন্ত্ৰ পাৰ্টী
১৯৭২ইদ্ৰিছ আলী ফকীৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮শান্তি ৰঞ্জন দাসগুপ্তজনতা পাৰ্টী
১৯৮৩সাধন ৰঞ্জন সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫শান্তি ৰঞ্জন দাসগুপ্তস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১অৰ্ধেন্দু কুমাৰ দে’ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
২০০১
২০০৬ড° আদিত্য লাংথাচাসৰ্বভাৰতীয় ডেম’ক্ৰেটিক ফ্ৰণ্ট
২০১১অৰ্ধেন্দু কুমাৰ দে’ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬শিলাদিত্য দেৱভাৰতীয় জনতা পাৰ্টী
২০ can১ৰামকৃষ্ণ ঘোষভাৰতীয় জনতা পাৰ্টী
২০২৬শিলাদিত্য দেৱভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী শিলাদিত্য দেৱে বিজয় সাব্যস্ত কৰি হোজাই সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হোজাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোজাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৬৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।