অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি

কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj North Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ১৭ আগষ্ট ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj North Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শ্ৰীভূমি জিলাৰ (পূৰ্বৰ কৰিমগঞ্জ জিলা) অন্তৰ্গত এই সমষ্টিটো ১২৩ নম্বৰ সমষ্টি হিচাপে ধাৰ্য কৰা হয়।

এই সমষ্টিটো শ্ৰীভূমি জিলাৰ অন্তৰ্গত আৰু ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)। ২০২৬ চনৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জাকাৰিয়া আহমেদ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

বিধানসভাৰ সদস্যসকল

চনবিজয়ী প্ৰাৰ্থীৰাজনৈতিক দল
১৯৫৭ৰণেন্দ্ৰ মোহন দাসপ্ৰজা চোচিয়েলিষ্ট পাৰ্টী
১৯৬২ৰথীন্দ্ৰ নাথ সেনস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৬৭
১৯৭২আব্দুল মুক্তাদিৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ניশীথ ৰঞ্জন দাসভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
১৯৮৩কেতকী প্ৰসাদ দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫চিৰাজুল হক চৌধুৰীস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১মিছন ৰঞ্জন দাসভাৰতীয় জনতা পাৰ্টী
১৯৯৬চিৰাজুল হক চৌধuৰীঅসম গণ পৰিষদ
২০০০ (উপ-নিৰ্বাচন)মিছন ৰঞ্জন দাসভাৰতীয় জনতা পাৰ্টী
২০০১
২০০৬
২০১১কমলাক্ষ দে পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬
২০২১১
২০২৬জাকাৰিয়া আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলৰ প্ৰাৰ্থী জাকাৰিয়া আহমেদে বিজয় সাব্যস্ত কৰি কৰিমগঞ্জ উত্তৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত কৰিমগঞ্জ উত্তৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Assam General Legislative Election 2021. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩৩৬ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।