উৎসৱ-পঞ্জিকা ২০২৬
বিহুৰ পৰা ৰাসলৈ, লাচিত দিৱসৰ পৰা অসম দিৱসলৈ: বছৰৰ প্ৰতিটো উৎসৱ আৰু স্মৰণীয় দিনৰ তাৰিখ আৰু প্ৰবন্ধ। এই পঞ্জিকা অনুসৰিয়েই বেটুপাতৰ মূল প্ৰবন্ধ সলনি হয়।
জানুৱাৰী
- ১৪জানুৱাৰী মাঘ বিহু ভোগালী বিহুউৰুকাৰ ভোজ, মেজিৰ জুই আৰু পিঠা-পনাৰে শস্য চপোৱাৰ আনন্দ উদ্যাপন।
-
১৭জানুৱাৰী
শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিতৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি; অসমৰ শিল্পী সমাজৰ শ্ৰদ্ধাৰ দিন।
-
২৬জানুৱাৰী
গণৰাজ্য দিৱস১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ দিন।
-
৩১জানুৱাৰী
মে-ডাম-মে-ফিটাই-আহোমসকলে পূৰ্বপুৰুষক সোঁৱৰি পালন কৰা সমূহীয়া উৎসৱ।
ফেব্ৰুৱাৰী
এপ্ৰিল
মে’
জুন
আগষ্ট
ছেপ্তেম্বৰ
অক্টোবৰ
নৱেম্বৰ
-
৮নৱেম্বৰ
দীপাৱলী দেৱালীআৰু ৭ দিনচাকি-বন্তিৰ পোহৰে আন্ধাৰ আঁতৰোৱাৰ উৎসৱ।৭ নৱেম্বৰ – ৮ নৱেম্বৰ · চন্দ্ৰ-তিথি অনুসৰি
-
২৪নৱেম্বৰ
লাচিত দিৱসআৰু ২৩ দিনশৰাইঘাটৰ বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী; অসমৰ সাহস আৰু আত্মমৰ্যাদাৰ দিন।
-
২৪নৱেম্বৰ
ৰাস মহোৎসৱ ৰাস পূৰ্ণিমাআৰু ২৩ দিনমাজুলীৰ সত্ৰৰ পৰা নগৰ-গাঁৱলৈ শ্ৰীকৃষ্ণৰ লীলাৰ ভাওনা আৰু ৰাস।২৩ নৱেম্বৰ – ২৭ নৱেম্বৰ · চন্দ্ৰ-তিথি অনুসৰি
ডিচেম্বৰ
চন্দ্ৰ-তিথি অনুসৰি পালন কৰা উৎসৱৰ তাৰিখ স্থানভেদে এদিন আগ-পিছ হ’ব পাৰে। বিহুৰ তাৰিখ সংক্ৰান্তি অনুসৰি সাধাৰণতে স্থিৰ। কোনো তাৰিখত ভুল দেখিলে সংশ্লিষ্ট প্ৰবন্ধৰ “সংশোধনৰ পৰামৰ্শ” বুটাম ব্যৱহাৰ কৰক।

