অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰশান্ত ফুকন

প্ৰশান্ত ফুকন (জন্ম: ২৩ জুলাই ১৯৫৪) অসমৰ এগৰাকী ৰাজনীতিবিদ, যি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত৷ ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হৈছিল৷ তেওঁ ডিব্ৰুগড়ৰ বৰ্তমানৰ বিধায়ক। ২০২১ চনত প্ৰশান্ত ফুকনে ৩৮০০৫টা ভোটৰ ব্যৱধানত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত ফুকন (জন্ম: ২৩ জুলাই ১৯৫৪)১ অসমৰ এগৰাকী ৰাজনীতিবিদ, যি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত৷ ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভাৰ নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা নিৰ্বাচিত হৈছিল৷ তেওঁ ডিব্ৰুগড়ৰ বৰ্তমানৰ বিধায়ক। ২০২১ চনত প্ৰশান্ত ফুকনে ৩৮০০৫টা ভোটৰ ব্যৱধানত অসম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল। পদত্যাগ কৰাৰ পূৰ্বে তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰিচালন সমিতিৰ অধ্যক্ষ আছিল।২

তথ্যসূত্ৰ

  1. ↑ (2021-06-28). Who's Who
  2. ↑ Desk, Sentinel Digital. (2021-03-18). Prasanta Phukan from Dibrugarh: Early Life, Controversy & Political Career - Sentinelassam. www.sentinelassam.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত ফুকন” প্ৰবন্ধৰ সংশোধন ৫৭২৫৬৩ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।