অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ঢেকীয়াজুলি বিধানসভা সমষ্টি

ঢেকীয়াজুলি বিধানসভা সমষ্টি (ইংৰাজী: Dhekiajuli Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঢেকীয়াজুলি বিধানসভা সমষ্টি (ইংৰাজী: Dhekiajuli Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো শোণিতপুৰ জিলাৰ অন্তৰ্গত আৰু ই শোণিতপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই তেজপুৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

ElectionMemberParty affiliation
১৯৫১অমিয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭অমিয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২অমিয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭প্ৰতাপ চন্দ্ৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২হিৰণ্য বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮প্ৰতাপ কালিতাজনতা পাৰ্টী
১৯৮৩মহম্মদ কাপীজুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫হীৰালাল বন্ধোপাধ্যায়স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১স্বৰ্ণ বিকাশ ত্ৰিপাঠীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬যোছেফ তোপ্ন’অসম গণ পৰিষদ
২০০১যোছেফ তোপ্ন’ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬যোছেফ তোপ্ন’অসম গণ পৰিষদ
২০১১হাবুং পায়েনজিংভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬অশোক সিংহলভাৰতীয় জনতা পাৰ্টী
২০২১
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে বিজয় সাব্যস্ত কৰি ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ঢেকীয়াজুলি সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেকীয়াজুলি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৪৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।