ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ), অসম চৰকাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাজেদ আলী চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০৪২৪৭ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।