অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বিহালী বিধানসভা সমষ্টি

বিহালী বিধানসভা সমষ্টি (ইংৰাজী: Behali Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত এই সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হয়।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিহালী বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Behali Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত এই সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হয়।

এই সমষ্টিটো বিশ্বনাথ জিলাৰ অন্তৰ্গত আৰু ই শোণিতপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই তেজপুৰ লোকসভা সমষ্টিৰ অংশ আছিল)।

বিধানসভাৰ সদস্যসকল

ElectionMemberParty affiliation
১৯৭৮বিষ্ণুলাল উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫স্বৰূপ উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১বৰ্ণবাস তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
২০০১ৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টী
২০০৬
২০১১পল্লৱ লোচন দাসভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টী
২০২১
২০২৪ (উপ-নিৰ্বাচন)দিগন্ত ঘাটোৱালভাৰতীয় জনতা পাৰ্টী
২০২৬মুনীন্দ্ৰ দাসভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসে বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০২৪ চনৰ উপ-নিৰ্বাচন

২০২৪ চনত বিধায়ক ৰঞ্জিত দত্ত লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে বিহালী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহালী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩০৩৬১ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।