অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিহন দৈমাৰী

ৰিহন দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু অসম ৰাজ্যৰ প্ৰাক্তন সাংসদ। তেওঁৰ জন্ম ১ জানুৱাৰী, ১৯৬০ চনত অসমৰ ওদালগুৰি জিলাত হৈছিল। দৈমাৰীয়ে ২০২১ চনলৈকে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰপৰা অসম বিধানসভা ৰ সদস্য আছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত মন্ত্ৰী হৈছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰিহন দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু অসম ৰাজ্যৰ প্ৰাক্তন সাংসদ। তেওঁৰ জন্ম ১ জানুৱাৰী, ১৯৬০ চনত অসমৰ ওদালগুৰি জিলাত হৈছিল। দৈমাৰীয়ে ২০২১ চনলৈকে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰপৰা অসম বিধানসভা ৰ সদস্য আছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত মন্ত্ৰী হৈছিল। তেওঁ চতুৰ্থবাৰৰ বাবে ওদালগুৰি বিধান সভা সমষ্টিৰপৰা জয়যুক্ত কৰিছিল|১২৩৪

তথ্যসূত্ৰ

  1. ↑ Karmakar, Rahul. (24 May 2016). CM Sonowal and his team: Meet the leaders at Assam’s helm. Hindustan Times
  2. ↑ MEMBERS OF 14th ASSAM LEGISLATIVE ASSEMBLY
  3. ↑ Sarbananda Sonowal sworn in as first BJP CM of Assam
  4. ↑ One MLA from Barak Valley finds place in first BJP Government

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিহন দৈমাৰী” প্ৰবন্ধৰ সংশোধন ৬১৮১৮৩ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।