গোৱালপাৰা পূব বিধানসভা সমষ্টি (Goalpara East Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসম বিধানসভাৰ এক নিৰ্বাচন ক্ষেত্ৰ। গোৱালপাৰা পূব সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
বিধানসভাৰ সদস্যসকল
| বৰ্ষ | সদস্য | দল |
|---|---|---|
| ১৯৬৭ | বি কে ঘোষ | নিৰ্দলীয় |
| ১৯৭২ | বলভদ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | বীৰেন্দ্ৰ নাথ চৌধুৰী | ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) |
| ১৯৮৩ | মহম্মদ আলী | নিৰ্দলীয় |
| ১৯৮৫ | মাজিৰুদ্দিন আহমেদ | নিৰ্দলীয় |
| ১৯৯১ | ৰত্নেশ্বৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯৬ | জ্যোতিষ দাস | অসম গণ পৰিষদ |
| ২০০১ | শ্বাহিদ মজুমদাৰ | নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী |
| ২০০৬ | দুলাল চন্দ্ৰ ঘোষ | নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী |
| ২০১১ | মনোৱাৰ হুছেইন | সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা |
| ২০১৬ | আবুল কালাম ৰছিদ আলম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০২১ | আবুল কালাম ৰছিদ আলম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০২৬ | আবুল কালাম ৰছিদ আলম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নিৰ্বাচনৰ ফলাফল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱালপাৰা পূব বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩১৮ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।