ধিং বিধানসভা সমষ্টি (ইংৰাজী: Dhing Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো নগাঁও জিলাৰ অন্তৰ্গত আৰু ই নগাঁও লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫৭ | নুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | মৌলৱী মহম্মদ ইদ্ৰিছ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | জে. আহমেদ | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৭২ | আব্দুল হুছেইন মিৰ | স্বতন্ত্ৰ পাৰ্টী | |
| ১৯৭৮ | মহম্মদ জহিৰুল ইছলাম | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৮৩ | আবু নাছাৰ ওৱাহিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | শ্বাহিদুল ইছলাম | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৯১ | মুজাহিদুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | মুজাহিদুল ইছলাম | অসম গণ পৰিষদ | |
| ২০০১ | ইদ্ৰিছ আলী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | মুবাৰক আলী চহৰীয়া | সৰ্বভাৰতীয় ডেম’ক্ৰেটিক ফ্ৰণ্ট | |
| ২০১১ | আমিনুল ইছলাম | সৰ্বভাৰতীয় ডেম’ক্ৰেটিক ফ্ৰণ্ট | |
| ২০১৬ | |||
| ২০২১ | |||
| ২০২৬ | মেহবুব মুক্তাৰ | ৰাইজৰ দল |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে বিজয় সাব্যস্ত কৰি ধিং সমষ্টিৰ নতুন বিধায়ক হিচাপে নিৰ্বাচিত হয়।
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ধিং সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধিং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩৪১ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।