অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ছমৰীয়া বিধানসভা সমষ্টি

ছমৰীয়া বিধানসভা সমষ্টি (Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছমৰীয়া বিধানসভা সমষ্টি (Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

ভৌগোলিক অৱস্থিতি আৰু গঠন

ছমৰীয়া সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন অনুসৰি এই নতুন সমষ্টিটো গঠন কৰা হয়। ইয়াৰ সমষ্টি নম্বৰ হৈছে ২৭।

বিধায়কসকল

বৰ্ষবিধায়কদলমৰ্চা
২০২৬ৰেকিবুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছঅসম সন্মিলিত মৰ্চা

নিৰ্বাচনী ফলাফল

২০২৬

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) ইমদাদ হুছেইনক ৭৮,৬৯৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হয়।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকামৰূপ জিলাঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছমৰীয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৪৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।