ধলাই বিধানসভা সমষ্টি (ইংৰাজী: Dholai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১২০ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।
এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৭৮ | দিনেন্দ্ৰ চৌধুৰী | জনতা পাৰ্টি | |
| ১৯৮৩ | সতীন্দ্ৰ চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | দিগেন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯১ | বিজয় কৃষ্ণ নাথ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০০১ | গিৰীন্দ্ৰ মল্লিক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১১ | গিৰীন্দ্ৰ মল্লিক | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | পৰিমল শুক্লবৈদ্য | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্যই বিজয় সাব্যস্ত কৰি ধলাই সমষ্টিৰ বিধায়ক হিচাপে সামগ্ৰিকভাৱে ষষ্ঠবাৰৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ধলাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধলাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫০ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।