বিধায়কসকল
- ১৯৫১: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৫৭: নিৰ্বাচন হোৱা নাই
- ১৯৬২: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৬৭: কে. এম. শৰ্মা, ভাৰতৰ কমিউনিষ্ট পাৰ্টি
- ১৯৭২: মানবেন্দ্ৰনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৭৮: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ১৯৮৩: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ১৯৮৫: থানেশ্বৰ বড়ো, নিৰ্দলীয়
- ১৯৯১: থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
- ১৯৯৬: থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
- ২০০১: ভূৱনেশ্বৰ কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: অনন্ত ডেকা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
- ২০১১: ঘনশ্যাম কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: ভবেশ কলিতা, ভাৰতীয় জনতা পাৰ্টী
- ২০২১: ভবেশ কলিতা, ভাৰতীয় জনতা পাৰ্টী
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙিয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৪১৯ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।