অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

পলাশবাৰী বিধানসভা সমষ্টি

পলাশবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Palasbari Assembly constituency) হৈছে ভাৰতৰ অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

পলাশবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Palasbari Assembly constituency) হৈছে ভাৰতৰ অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।

বিধায়কসকলৰ তালিকা

তলত পলাশবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলৰ তালিকা উল্লেখ কৰা হ’ল:

  • ১৯৫১: ইমোনসিং এম চাংমা (স্বতন্ত্ৰ)
  • ১৯৫৭: ৰাধিকা ৰাম দাস (ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ)
  • ১৯৬২: ৰাধিকা ৰাম দাস (ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ)
  • ১৯৬৭: এ কে গোস্বামী (ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ)
  • ১৯৭২: হৰেন্দ্ৰ নাথ তালুকদাৰ (ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ)
  • ১৯৭৮: হৰেন্দ্ৰ গোস্বামী (জনতা পাৰ্টী)
  • ১৯৮৩: মোহন বসুমতাৰী (ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ)
  • ১৯৮৫: যতীন মালী (স্বতন্ত্ৰ)
  • ১৯৯১: যতীন মালী (অসম গণ পৰিষদ)
  • ১৯৯৬: যতীন মালী (অসম গণ পৰিষদ)
  • ২০০১: প্ৰণৱ কলিতা (স্বতন্ত্ৰ)
  • ২০০৬: প্ৰণৱ কলিতা (স্বতন্ত্ৰ)
  • ২০১১: যতীন মালী (স্বতন্ত্ৰ)
  • ২০১৬: প্ৰণৱ কলিতা (ভাৰতীয় জনতা পাৰ্টী)
  • ২০২১: হেমাংগ ঠাকুৰীয়া (ভাৰতীয় জনতা পাৰ্টী)
  • ২০২৬: হিমাংশু শেখৰ বৈশ্য (ভাৰতীয় জনতা পাৰ্টী)

নিৰ্বাচনৰ ফলাফল

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহকামৰূপ জিলাঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলাশবাৰী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।