মানৱ ডেকা ( Manab Deka) ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ হৈ লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা অসম বিধানসভাৰ সদস্য৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ড° জয় প্ৰকাশ দাসক পৰাস্ত কৰি তেওঁ ৭০,৩৮৭টা ভোটত জয়লাভ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Lakhimpur Election Result & News 2021. Timesnownews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ ডেকা” প্ৰবন্ধৰ সংশোধন ৬১৬৭৩৮ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।