অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

শিৱসাগৰ বিধানসভা সমষ্টি

শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী, শিৱসাগৰ জিলাৰ নাজিৰা, ডিমৌ, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা। ১২

বিধায়কসকল

তথ্যসূত্ৰ

  1. ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
  2. ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিশিৱসাগৰ জিলাঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱসাগৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩০৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।