অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দিছপুৰ বিধানসভা সমষ্টি

দিছপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Dispur Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ই অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ দিছপুৰ অঞ্চলক সামৰি লৈ গঠিত হৈছে। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি ইয়াৰ সমষ্টি নম্বৰ হৈছে ৩৩ (পূৰ্বতে এই নম্বৰ ৫২ আছিল)।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দিছপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Dispur Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ই অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ দিছপুৰ অঞ্চলক সামৰি লৈ গঠিত হৈছে। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি ইয়াৰ সমষ্টি নম্বৰ হৈছে ৩৩ (পূৰ্বতে এই নম্বৰ ৫২ আছিল)।

এই সমষ্টিটো কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল।

বিধানসভাৰ সদস্যসকল

১৯৭৮ চনৰ পৰা বৰ্তমানলৈকে এই সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়কসকলৰ তালিকা তলত দিয়া হ’ল:

নিৰ্বাচন বৰ্ষবিধায়কৰাজনৈতিক দল
১৯৭৮তাৰিণী মোহন বৰুৱাজনতা পাৰ্টী
১৯৮৩তাৰিণী মোহন বৰুৱাভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৮৫অতুল বৰাস্বতন্ত্ৰ
১৯৯১অতুল বৰাঅসম গণ পৰিষদ
১৯৯৬অতুল বৰাঅসম গণ পৰিষদ
২০০১ৰবীন বৰদলৈভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
২০০৬আকন বৰাভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
২০১১আকন বৰাভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
২০১৬অতুল বৰাভাৰতীয় জনতা পাৰ্টী
২০২১অতুল বৰাভাৰতীয় জনতা পাৰ্টী
২০২৬প্ৰদ্যুৎ বৰদলৈভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক পৰাজিত কৰি জয়লাভ কৰে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিছপুৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।