অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ধেমাজি বিধানসভা সমষ্টি

ধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ধেমাজি বিধানসভা সমষ্টি (ইংৰাজী: Dhemaji Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো ধেমাজি জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

ElectionMemberParty affiliation
১৯৬৭ৰোমেশ চন্দ্ৰ পৰমেস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৭২ৰোমেশ চন্দ্ৰ পৰমেস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৭৮পূৰ্ণ চন্দ্ৰ পাৱজনতা পাৰ্টী
১৯৮৩দুৰ্গেশ্বৰ পাতিৰস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫দিলীপ কুমাৰ শইকীয়াস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১দিলীপ কুমাৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬দিলীপ কুমাৰ শইকীয়াঅসম গণ পৰিষদ
২০০১দিলীপ কুমাৰ শইকীয়াঅসম গণ পৰিষদ
২০০৬সুমিত্ৰা দলে পাতিৰস্বতন্ত্ৰ প্ৰাৰ্থী
২০১১সুমিত্ৰা দলে পাতিৰঅসম গণ পৰিষদ
২০১৬প্ৰদান বৰুৱাভাৰতীয় জনতা পাৰ্টী
২০১৭ (উপ-নিৰ্বাচন)ড° ৰণোজ পেগুভাৰতীয় জনতা পাৰ্টী
২০২১ড° ৰণোজ পেগুভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ড° ৰণোজ পেগুৱে বিজয় সাব্যস্ত কৰি ধেমাজি সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০আই১ চনৰ অসম বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধেমাজি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩০৮০৭ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।