চেঙা বিধানসভা সমষ্টি (ইংৰাজী: Chenga Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এক বিধানসভা সমষ্টি। ই অসমৰ বৰপেটা জিলাত অৱস্থিত। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
ভৌগোলিক বিৱৰণ
চেঙা বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত তলত দিয়া অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:
- চেঙা উন্নয়ন খণ্ড (অংশ)
- বৰপেটা উন্নয়ন খণ্ড (অংশ)
- গুম ফুলবাৰী উন্নয়ন খণ্ড (অংশ)
- মন্দিয়া উন্নয়ন খণ্ড (অংশ)
- সৰুক্ষেত্ৰী উন্নয়ন খণ্ড (অংশ)
বিধানসভাৰ সদস্যসকল
এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন তথা বৰ্তমানৰ বিধায়কসকলৰ তালিকা তলত দিয়া হ’ল:
| বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৬৭ | এ. আৰ. চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭২ | আব্দুল হান্নান চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | দানেশ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৩ | দানেশ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | মুখতাৰ হুছেইন | নিৰ্দলীয় |
| ১৯৯১ | লিয়াকত আলী খান | নিৰ্দলীয় |
| ১৯৯৬ | শুকুৰ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০১ | শুকুৰ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | লিয়াকত আলী খান | অসম গণ পৰিষদ |
| ২০১১ | শুকুৰ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১৬ | শুকুৰ আলী আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০২১ | আশ্ৰাফুল হুছেইন | সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা |
| ২০২৬ | আব্দুল ৰহিম আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নিৰ্বাচনৰ ফলাফল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেঙা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৪৬ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।