অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমল বৰা

বিমল বৰা (Bimal Bora) ভাৰত অসমৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ। ২০১৬ আৰু ২০২১ চনত টিংখাং সমষ্টিৰ নিৰ্বাচিত বিধায়ক। বৰ্তমান অসম চৰকাৰৰ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী।২০২১ চনৰ ১০ মে’ত তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিমল বৰা (Bimal Bora) ভাৰত অসমৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ। ২০১৬ আৰু ২০২১ চনত টিংখাং সমষ্টিৰ নিৰ্বাচিত বিধায়ক। বৰ্তমান অসম চৰকাৰৰ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী।১২৩২০২১ চনৰ ১০ মে’ত তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৪

ব্যক্তিগত জীৱন আৰু শিক্ষা

বিমল বৰাৰ পিতৃ আছিল স্বৰ্গীয় হৰিপ্ৰসাদ বৰা। ১৯৯৬ চনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক সম্পূৰ্ণ কৰে।

তথ্যসূত্ৰ

  1. ↑ Assam Candidate List for Assembly Elections 2016
  2. ↑ My Neta
  3. ↑ Sonowal campaigns in Tingkhong
  4. ↑ (10 May 2021). Here is the List of 13 New Assam Cabinet Ministers. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমল বৰা” প্ৰবন্ধৰ সংশোধন ৫২৮৫৮১ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।