কোকৰাঝাৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। এই সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ৰ বাবে সংৰক্ষিত।১
ভৌগোলিক অৱস্থিতি আৰু প্ৰশাসন
কোকৰাঝাৰ সমষ্টিটো নামনি অসম বিভাগৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা খণ্ড।
বিধায়কসকলৰ তালিকা
২০২৩ চনত সমষ্টিটো নতুনকৈ গঠন হোৱাৰ পিছত ২০২৬ চনত ইয়াত প্ৰথমখন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
| নিৰ্বাচন বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ২০২৬ | সেউলী মহিলাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতীয় নিৰ্বাচন আয়োগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকৰাঝাৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩৯২ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।