এইখন তালিকা ভাৰতৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।
মুখ্যমন্ত্ৰীসকল
| নং. | নাম | কাৰ্যকাল আৰম্ভ - সমাপ্তি১ | দল | কাৰ্যকাল | ||
|---|---|---|---|---|---|---|
| ১ | গোপীনাথ বৰদলৈ (১৮৯০-১৯৫০) | ১১ ফেব্ৰুৱাৰী ১৯৪৬ | ৬ আগষ্ট ১৯৫০ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৬৩৮ দিন | |
| ২ | বিষ্ণুৰাম মেধি (১৮৮৮-১৯৮১) হাজো সমষ্টিৰ বিধায়ক | ৯ আগষ্ট ১৯৫০ | ২৭ ডিচেম্বৰ ১৯৫৭ | ১৬৯৮ দিন | ||
| ৩ | বিমলা প্ৰসাদ চলিহা (১৯১২-১৯৭১) সোণাৰি সমষ্টিৰ বিধায়ক | ২৮ ডিচেম্বৰ ১৯৫৭ | ৬ নৱেম্বৰ ১৯৭০ | ৪৬৯৬ দিন | ||
| ৪ | মহেন্দ্ৰ মোহন চৌধুৰী (১৯০৯-১৯৮২) গুৱাহাটী পূব সমষ্টিৰ বিধায়ক | ১১ নৱেম্বৰ ১৯৭০ | ৩০ জানুৱাৰী ১৯৭২ | ৪৬৬ দিন | ||
| ৫ | শৰৎ চন্দ্ৰ সিংহ (১৯১৪-২০০৫) কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক | ৩১ জানুৱাৰী ১৯৭২ | ১২ মাৰ্চ ১৯৭৮ | ২২৩২ দিন | ||
| ৬ | গোলাপ বৰবৰা (১৯২৫-২০০৬) তিনিচুকীয়া সমষ্টিৰ বিধায়ক | ১২ মাৰ্চ ১৯৭৮ | ৪ ছেপ্তেম্বৰ ১৯৭৯ | জনতা পাৰ্টি | ৫৪২ দিন | |
| ৭ | যোগেন্দ্ৰ নাথ হাজৰিকা (১৯২৪-১৯৯৮) দুলিয়াজান সমষ্টিৰ বিধায়ক | ৯ ছেপ্তেম্বৰ ১৯৭৯ | ১১ ডিচেম্বৰ ১৯৭৯ | ৯৪ দিন | ||
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১২ ডিচেম্বৰ ১৯৭৯ | ৫ ডিচেম্বৰ ১৯৮০ | প্ৰযোজ্য নহয় | দিন | |
| ৮ | চৈয়দা আনোৱাৰা টাইমূৰ (১৯৩৬-২০২০) দলগাঁও সমষ্টিৰ বিধায়ক | ৬ ডিচেম্বৰ ১৯৮০ | ৩০ জুন ১৯৮১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২০৭ দিন | |
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ৩০ জুন ১৯৮১ | ১৩ জানুৱাৰী ১৯৮২ | প্ৰযোজ্য নহয় | দিন | |
| ৯ | কেশৱ চন্দ্ৰ গগৈ (১৯২৫-১৯৯৮) ডিব্ৰুগড় সমষ্টিৰ বিধায়ক | ১৩ জানুৱাৰী ১৯৮২ | ১৯ মাৰ্চ ১৯৮২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬ দিন | |
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১৯ মাৰ্চ ১৯৮২ | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | প্ৰযোজ্য নহয় | দিন | |
| ১০ | হিতেশ্বৰ শইকীয়া (১৯৩৪-১৯৯৬) নাজিৰা সমষ্টিৰ বিধায়ক | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | ২৩ ডিচেম্বৰ ১৯৮৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০৩১ দিন | |
| ১১ | প্ৰফুল্ল কুমাৰ মহন্ত (১৯৫২-) নগাঁও সমষ্টিৰ বিধায়ক | ২৪ ডিচেম্বৰ ১৯৮৫ | ২৮ নৱেম্বৰ ১৯৯০ | অসম গণ পৰিষদ | ১৭৯৯ দিন | |
| – | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ২৮ নৱেম্বৰ ১৯৯০ | ৩০ জুন ১৯৯১ | প্ৰযোজ্য নহয় | দিন | |
| (১০) | হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ] (১৯৩৪-১৯৯৬) নাজিৰা সমষ্টিৰ বিধায়ক | ৩০ জুন ১৯৯১ | ২২ এপ্ৰিল ১৯৯৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৭৫৭ দিন [মুঠ ২৭৮৮ দিন] | |
| ১২ | ভূমিধৰ বৰ্মন (১৯৩১-২০২১) বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক | ২২ এপ্ৰিল ১৯৯৬ | ১৪ মে ১৯৯৬ | ২৩ দিন | ||
| (১১) | প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ] (১৯৫২-) বঢ়মপুৰ সমষ্টিৰ বিধায়ক | ১৫ মে ১৯৯৬ | ১৭ মে ২০০১ | অসম গণ পৰিষদ | ১৮২৯ দিন [মুঠ ৩৬২৮ দিন] | |
| ১৩ | তৰুণ গগৈ (১৯৩৪-২০২০) তিতাবৰ সমষ্টিৰ বিধায়ক | ১৭ মে ২০০১ | ২৪ মে ২০১৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | দিন | |
| ১৪ | সৰ্বানন্দ সোণোৱাল (১৯৬২-) মাজুলী সমষ্টিৰ বিধায়ক | ২৪ মে ২০১৬ | ১০ মে ২০২১ | ভাৰতীয় জনতা পাৰ্টী | দিন | |
| ১৫ | হিমন্ত বিশ্ব শৰ্মা (১৯৬৯-) জালুকবাৰী সমষ্টিৰ বিধায়ক | ১০ মে ২০২১ | বৰ্তমান | ভাৰতীয় জনতা পাৰ্টী | দিন |
তথ্যসূত্ৰ
- ↑ Chief Ministers from the Assam Assembly website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৮৬৩০৭ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।