বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫১ | যাদৱ চন্দ্ৰ খাটনিয়াৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | দ্বিজেশ চন্দ্ৰ দেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | দ্বিজেশ চন্ন্দ্ৰ দেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | যাদৱ চন্দ্ৰ খাটনিয়াৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | চন্দ্ৰ বাহাদুৰ ছেত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | ৰামেশ্বৰ ধানোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ৰাধাকান্ত ফুকন | অসম গণ পৰিষদ | |
| ১৯৯১ | ৰামেশ্বৰ ধানোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | সুৰেন ফুকন | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী সুৰেন ফুকনে বিজয় সাব্যস্ত কৰি ডিগবৈ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
- তিনচুকীয়া জিলা
- অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিগবৈ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৬৬৩৭ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।