ভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ এটা অংশ হিচাপে অন্তৰ্ভুক্ত।
ভৌগোলিক অৱস্থিতি আৰু গঠন
অসমৰ নামনি অসম সংমণ্ডলৰ অন্তৰ্গত বজালী জিলাত এই সমষ্টিটো অৱস্থিত। ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই বিধানসভা সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ইয়াৰ পূৰ্বৰ ভৱনীপুৰ আৰু সৰভোগ বিধানসভা সমষ্টিৰ ভৌগোলিক অঞ্চলসমূহ একত্ৰিত কৰি নতুনকৈ এই ২১ নম্বৰ বিধানসভা সমষ্টিটো সৃষ্টি কৰা হয়।
বিধানসভাৰ সদস্যসকল
- ২০২৩: সমষ্টি গঠন (সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি)।
- ২০২৬: ৰঞ্জিত কুমাৰ দাস (ভাৰতীয় জনতা পাৰ্টী)।
নিৰ্বাচনৰ ফলাফল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২১৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।