মাহমৰা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৪ হৈছে মাহমৰা বিধানসভা সমষ্টিৰ ক্ৰমাংক।১ মাহমৰা শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।২৩
বিধায়কসকল
| বছৰ | নাম | পাৰ্টি | |
|---|---|---|---|
| ১৯৬৭ | ৰত্নেশ্বৰ কোঁৱৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | খগেন গগৈ | ||
| ১৯৭৮ | বুদ্ধ বৰুৱা | ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি | |
| ১৯৮৩ | নাৰদ কুমাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | পদ্ম আৰন্ধৰা | নিৰ্দলীয় | |
| ১৯৯১ | লক্ষীপ্ৰসাদ বৰগোহাঁই | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | হিৰণ্য কুমাৰ কোঁৱৰ | অসম গণ পৰিষদ | |
| ২০০১ | শৰৎ শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | যোগেন মোহন | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ |
বাহ্যিক সংযোগ
- Results of all Assam Assembly elections. eci.gov.in. Election Commission of India
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
- ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহমৰা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৬৬৫৫ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।