মানকাচৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও ই ধুবুৰী লোকসভা সমষ্টিৰ অংশ।১ এই সমষ্টিটোৰ নাম সলনি কৰি ২০২৩ চনত দক্ষিণ শালমাৰা নামেৰে নামাকৰণ কৰা হয়।
বিধান সভাৰ সদস্যসকল
| বছৰ | সদস্য | দল |
|---|---|---|
| ১৯৭৮ | দেৱান জয়নাল আবেদিন | |
| ১৯৮৩ | মহম্মদ বজলুল বাছিত | |
| ১৯৮৫ | দেৱান জয়নাল আবেদিন | |
| ১৯৯১ | ||
| ১৯৯৬ | ৱাজেদ আলী চৌধুৰী | |
| ২০০১ | ||
| ২০০৬ | বদৰুদ্দিন আজমল | |
| ২০০৯ | ৱাজেদ আলী চৌধুৰী | |
| ২০১১ | আব্দুৰ ৰহমান আজমল | |
| ২০১৬ | ৱাজেদ আলী চৌধুৰী | |
| ২০২১ | ||
| ২০২৬ | মুহিবুৰ ৰহমান |
নিৰ্বাচনী ফলাফল
লগতে চাওক
বাজ্যিক সংযোগ
- Results of all Assam Assembly elections. eci.gov.in. Election Commission of India
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানকাচৰ বিধান সভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩০৫ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।