বিধায়কসকল
অসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল।১
| বৰ্ষ | নাম | দল | |
|---|---|---|---|
| ১৯৫৭ | নীলমণি বৰঠাকুৰ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি | |
| ১৯৬১ (নিৰ্বাচিত) | ৰমেশ চন্দ্ৰ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | |||
| ১৯৬৭ | |||
| ১৯৭২ | |||
| ১৯৭৮ | কেশৱ চন্দ্ৰ গগৈ | জনতা পাৰ্টি | |
| ১৯৮৩ | কেশৱ চন্দ্ৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | |||
| ১৯৯১ | |||
| ১৯৯৬ | কল্যাণ কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ (নিৰ্বাচিত) | ড॰ কল্যাণ কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ | |||
| ২০০৬ | প্ৰশান্ত ফুকন | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (2 May 2021). Dibrugarh Election Result 2021 LIVE: Dibrugarh MLA Election Result & Vote Share - Oneindia. oneindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫১ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।