অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণেন্দু পাল

কৃষ্ণেন্দু পাল অসমৰ এজন উল্লেখযোগ্য ৰাজনৈতিক নেতা আৰু বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১৩ মে’ ২০২৫ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কৃষ্ণেন্দু পাল অসমৰ এজন উল্লেখযোগ্য ৰাজনৈতিক নেতা আৰু বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

তেওঁৰ পিতৃৰ নাম কৃপেশ ৰঞ্জন পাল আৰু মাতৃ বাণী ৰাণী পাল। অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা ১৯৯৫ চনত বাণিজ্য (স্নাতক) ডিগ্ৰী লাভ কৰে।১

কেৰিয়াৰ

তেওঁ অসম বিধানসভাৰ পাথাৰকান্দি বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ এজন সক্ৰিয় সদ্যস। তেওঁৰ ভূমিকা মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল বিভাগসমূহৰ তদাৰক কৰা।

তথ্যসূত্ৰ

  1. ↑ Myneta. MyNeta

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণেন্দু পাল” প্ৰবন্ধৰ সংশোধন ৫০৮৪৪৯ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।